Public App Logo
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Accident
Congress
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Nsui
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh

বাক্সা: বৰমাত বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ অভিযানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

Baska, Baksa | Sep 12, 2025
বাক্সা জিলাৰ বৰমাত আজি বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ সভা অনুষ্ঠিত হয়। এই প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনত বিজেপিয়ে ১৫-২০ খন আসন পাব বুলি মন্তব্য কৰি , বিটিআৰত বিজেপিৰ প্ৰতি ৰাইজৰ আস্থা বাঢ়িছে বুলি উল্লেখ কৰে।

MORE NEWS