বাক্সা: দেৱচৰাত ইউপিপিএলৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত
Baska, Baksa | Sep 13, 2025 বাক্সা জিলাৰ দেৱচৰাত আজী ইউপিপিএলৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। বিটিচিৰ বাগানপাৰা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী কাতিৰাম বড়োৰ সমৰ্থনত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আদিয়ে। দলে ২৫ ৰ পৰা ৩০ খন আসন লাভ কৰিব বুলি মন্তব্য কৰে।