বাক্সা: মুছলপুৰত নামঘৰত ভাদ মহীয়া নামত অংশগ্ৰহণ মুছলপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰিদীপ কুমাৰ ডেকাৰ
Baska, Baksa | Sep 17, 2025 বাক্সা জিলাৰ মুছলপুৰত আজি বিটিচি পৰিষদীয় নিৰ্বাচনৰ মুছলপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰিদীপ কুমাৰ ডেকাই ভাদ মহীয়া নামত অংশগ্ৰহণ কৰে। মুছলপুৰৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰত অনুষ্ঠিত এই ভাদ মহীয়া নামত অংশগ্ৰহণ কৰি আনন্দ প্ৰকাশ কৰে বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে। সম্মুখত বিটিচি নিৰ্বাচন হোৱা হেতুকে এই ভাদ মহীয়া নামত অংশগ্ৰহণেৰে নিৰ্বাচনী প্ৰচাৰ চলায় প্ৰাৰ্থী গৰাকীয়ে।