বাক্সা: ধুবুৰীত কোচ ৰাজবংশী সংগঠনৰ ওপৰত আৰক্ষীৰ আক্ৰমণৰ বিৰুদ্ধে বৰতলাত আক্ৰাছুৰ প্ৰতিবাদ
Baska, Baksa | Sep 11, 2025 ধুবুৰীত কোচ ৰাজবংশী সংগঠনৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে বাক্সা জিলাৰ বৰতলাত আজি আক্ৰাছুৱে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদ কাৰীয়ে অসম আৰক্ষী হায় হায়, হিমন্ত বিশ্ব মুৰ্দাবাদ, বিজেপি চৰকাৰ হায়, হায় আদি ধ্বনিৰে আকাশ কঁপাই তোলে।