বাক্সা: চি ব্লকত গণ সুৰক্ষা পাৰ্টীৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত
Baska, Baksa | Sep 17, 2025 বাক্সা জিলাৰ চি ব্লকত আজি বিয়লি গণ সুৰক্ষা পাৰ্টীৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। সভাত দলৰ দিহিৰা সমষ্টিৰ প্ৰাৰ্থী ঘনশ্যাম দাসে উপস্থিত থাকি তেওঁক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়।