বাক্সা: উজিৰবাৰীত ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত
Baska, Baksa | Sep 11, 2025 বাক্সাৰ জিলাৰ উজিৰবাৰীত আজি দিহিৰা সমষ্টিৰ দলীয় প্ৰাৰ্থী মানস প্ৰতীম কলিতাৰ হকে নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। এই সভাত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগতে আন দলীয় নেতা আদিয়ে। সভাত দলৰ প্ৰাৰ্থী গৰাকীক জয়যুক্ত কৰিবলৈ আহ্বান জনায়।