Public App Logo
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Accident
Congress
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Nsui
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh

বাক্সা: ছলিকান্দাত বিটিচি নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

Baska, Baksa | Sep 15, 2025
আজি বাক্সাৰ ২১ নং শালবাৰী সমষ্টিত সমষ্টিটোৰ বিজেপি দলৰ প্ৰাৰ্থী চক্ৰধৰ দাসৰ হৈ চলিকান্দা বজাৰ খেলপথাৰত অনুষ্ঠিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷বিটিচিত বিজেপি চৰকাৰ হ’লে স্থানীয় লোকক লৈ নিজাববীয়াকৈ ভিচিডিচি নিৰ্বাচন পাতিব বুলি মন্তব্য কৰে৷একেদৰে সংখ্যালঘু অঞ্চলত উচ্ছেদ চলালে মন্ত্ৰী ৰঞ্জিত দাসে উচ্ছেদ বন্ধ কৰিবলৈ নিজেই সমুখত থিয় দিব বুলিও ৰাইজৰ আগত হুংকাৰ দিয়ে৷

MORE NEWS

বাক্সা: ছলিকান্দাত বিটিচি নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস - Baska News