বাক্সা: মুছলপুৰৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতিচ্ছবি লৈ সমদল জুবিন অনুৰাগীৰ
Baska, Baksa | Sep 21, 2025 বাক্সা জিলাৰ মুছলপুৰত আজি সন্ধিয়া হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতিচ্ছবি লৈ সমদল কৰে জুবিন অনুৰাগীয়ে। প্ৰাণৰ শিল্পী গৰাকীৰ প্ৰতিচ্ছবি লৈ ই ৰিক্সা, মটৰ চাইকেলে শতাধিক লোকে সমদল কৰা পৰিলক্ষিত হয়। মুছলপুৰৰ মাজেৰে গে নাৰায়ণপুৰ, বেলগুৰি আদি ঠাই পৰিভ্ৰমণ কৰে জুবিন অনুৰাগীয়ে।