Public App Logo
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Accident
Congress
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Nsui
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh

বাক্সা: মুছলপুৰৰ বাক্সা জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন

Baska, Baksa | Sep 16, 2025
মুছলপুৰত সদৌ বাক্সা জিলা ছাত্ৰ সন্থাই ৰূপায়ন কৰিছে বিক্ষোভ কাৰ্যসূচী। অসমৰ পৰা অবৈধ বাংলাদেশী, মৌলবাদীক উৎখাত আৰু অসম চুক্তি ৰূপায়ন কৰি অবৈধ বিদেশী প্ৰব্ৰজন সমস্যা সমাধানৰ দাবীৰে আজিৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয় । মুছলপুৰ সদৰৰ মাজেৰে এক প্ৰতিবাদী সমদল বাহিৰ কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাৰ কৰ্মীসকলে। কাৰ্যসূচীত অংশ লৈ সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক কংকনজ্যোতি শৰ্মাই কঠোৰ ভাষাৰে চৰকাৰক সমালোচনা কৰে।

MORE NEWS

বাক্সা: মুছলপুৰৰ বাক্সা জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন - Baska News