Public App Logo
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Accident
Congress
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Nsui
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh

বাক্সা: বৰমাত বিটিচি নিৰ্বাচনৰ বাবে বিজেপিৰ নিৰ্বাচনী সংকল্প পত্ৰ উন্মোচন

Baska, Baksa | Sep 12, 2025
বাক্সা জিলাৰ বৰমাত আজি বিটিচি নিৰ্বাচনৰ বাবে বিজেপিয়ে নিৰ্বাচনী সংকল্প পত্ৰ উন্মোচন । ৮টা গেৰাণ্টী সহিতে মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সংকল্প পত্ৰ উন্মোচন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা বাক্সা জিলাৰ তত্বাৱধায়ক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । মন্ত্ৰী গৰাকীয়ে সংকল্প পত্ৰৰ সবিশেষ সংবাদ মাধ্যমৰ আগত সদৰি কৰে । লগতে আজিৰ তাৰিখত নিৰ্বাচন অনুষ্ঠিত হ'লে বাক্সাৰ ৫টা সমষ্টিৰ ৪টাত জয়ী হোৱা পৰিৱেশ আছে বুলি মন্তব্য কৰে ।

MORE NEWS