বাক্সা: মুছলপুৰত বিটিচি নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিলে বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই
Baska, Baksa | Sep 22, 2025 মুছলপুৰত ভোটাধিকাৰ সাব্যস্ত কৰিলে বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ।মুছলপুৰ মজলীয়া বিদ্যালয় ভোটকেন্দ্ৰত সাব্যস্ত কৰিলে ভোটাধিকাৰ ।ৰাইজৰ সৈতে শাৰি ভোট দিলে ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মই ।