বাক্সা: ইউপিপিএল দলে এইবাৰ বিটিচিত চৰকাৰ গঠন কৰিব বুলি মুছলপুৰত মন্তব্য ইউপিপিএলৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মই
Baska, Baksa | Sep 26, 2025 বাক্সা জিলাৰ মুছলপুৰত আজি ইউপিপিএলৰ মুছলপুৰ সমষ্টিৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মই পুনৰ বিটিচিত ইউপিপিএলৰ চৰকাৰ গঠন হ'ব বুলি মন্তব্য কৰে। তেওঁ সমষ্টিটোত আগবাঢ়ি থকা বুলি মন্তব্য কৰে।