বাক্সা: বাগানপাৰাত বিপিএফৰ বনমালী বড়োৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত
Baska, Baksa | Sep 9, 2025 বাক্সা জিলাৰ বাগানপাৰাত আজি বিপিএফৰ প্ৰাৰ্থী বনমালী বড়োৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। এই সভাত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে উপস্থিত থাকি নিৰ্বাচনত দলীয় প্ৰাৰ্থী বনমালী বড়োক ভোট দি বিজয়ী কৰাৰ বাবে ৰাইজক আহ্বান জনায়।