বাক্সা: বিটিচি নিৰ্বাচনত বাগানপাৰা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰেখা ৰাণী দাস বড়োৰ জয়লাভ, উৎফুল্লিত সমৰ্থক
Baska, Baksa | Sep 26, 2025 বাক্সা জিলাৰ বাগানপাৰাত আজি বিটিচি নিৰ্বাচনৰ ভোট গণণ কৰা হৈছে। এই ভোট গণণাত বাগানপাৰা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰেখা ৰাণী দাস বড়োৱে জয়লাভ কৰে। তেওঁৰ জয়লাভৰ পিছতে সমৰ্থকৰ মাজত উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়।