বাক্সা: ডুমুনীত গণ সুৰক্ষা পাৰ্টীৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি
Baska, Baksa | Sep 10, 2025 বাক্সা জিলাৰ ডুমুনীত আজী মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয়। এই কাৰ্যালয়টো মুকলি কৰে এমচিএলএ তথা দিহিৰা সমষ্টিৰ দলীয় প্ৰাৰ্থী ঘনশ্যাম দাসে। সমষ্টিটোত তেওঁৰ বিজয় নিশ্চিত বুলি মন্তব্য কৰে । কাৰ্যালয়টো মুকলি কৰাৰ সময়ত নাম প্ৰসংগ কৰা হয়।