Public App Logo
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Accident
Congress
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Nsui
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh

বাক্সা: বৰিমাখাত গণশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন বৰিমাখা আঞ্চলিক জুবিন অনুৰাগীৰ

Baska, Baksa | Sep 19, 2025
বাক্সা জিলাৰ বৰিমাখাত আজি সন্ধিয়া গণ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বৰিমাখা আঞ্চলিক জুবিন অনুৰাগীয়ে। বিজেপি নেতা ৰিদিপ কুমাৰ ডেকা আৰু চিকিৎসক ড° মৃণাল বৰ্মনৰ লগতে স্হানীয় লোকে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে।

MORE NEWS

বাক্সা: বৰিমাখাত গণশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন বৰিমাখা আঞ্চলিক জুবিন অনুৰাগীৰ - Baska News