Public App Logo
Profile Picture

জামাদাৰহাটৰ দৈনিক বাৰ্তা

@dayal5070
15976Followers
56Following
মানকাচৰ: ওৱাহাব বজাৰত তীব্ৰ গৰাখহনীয়াৰ ফলত নৈত জাহ যায় ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ
মানকাচৰ: কংগ্ৰেছ দলৰ এটা সঁজাতি দলে ওৱাহাৱ বজাৰৰ গৰাখহনীয়া ঠাই পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত-বিনিময় কৰে
মানকাচৰ: ৰাভাটাৰী গাঁও পঞ্চায়তৰ কাৰ্য্যালয়ত নৱ গঠিত পঞ্চায়ত কমিটি আৰু শ শ ৰাইজৰ মাজত আলোচনা সভা অনুষ্ঠিত হয়
মানকাচৰ: দক্ষিণ শালমাৰা সমষ্টিৰ বিধায়ক ওৱাজেদ আলী চৌধুৰীৰ লগতে কেইবাজনো বিধায়ক উচ্ছেদক লৈ ৰাজ্যপালক সাক্ষাৎ কৰে
মানকাচৰ: তুলসীবাৰিত চলি থকা জীঅবেগ আৰু পাৰ্কোপাইনৰ কামৰ অগ্ৰগতিৰ বুজ লয় স্থানীয় বিধায়ক আফতাব উদ্দিন মোল্লা ই
মানকাচৰ: তুলসীবাৰিত আদৰ্শ অংগনবাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন ,উপস্থিত  স্থানীয় বিধায়ক আফতাব উদ্দিন মোল্লা
মানকাচৰ: সনাইবিলত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিভাগৰ ফালৰ পৰা জিঅ বেগৰ কাম আৰম্ভ
মানকাচৰ: তাৰাঙ্গাঝাৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত নৱগঠিত পঞ্চায়ত কমিটি আৰু ৰাইজৰ মাজত এক আলোচনা সভা অনুষ্ঠিত
মানকাচৰ: বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পোৰাভিটা শান্তি ৰক্ষা কমিটীৰ উদ্যোগত পোৰাভিটা কালি মন্দিৰত CC কেমেৰা সংস্থাপন
মানকাচৰ: নিছিনপুৰত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে RCC পাৰ্কুপাইনৰ কাম আৰম্ভ
মানকাচৰ: দক্ষিণ শালমাৰা মানকাছাৰ জিলা BJP ৰ এটা সজাতি দলে মন্ত্ৰী ৰঞ্জিত দাসক সাক্ষাৎ কৰি বিভিন্ন সমস্যা অৱগত কৰে ধুবুৰীত
মানকাচৰ: জামাদৰহাটত ফকিৰগঞ্জ থানা পৰ্যায়ৰ নাগাৰিক সমিতিৰ সভা অনুষ্ঠিত হয়
মানকাচৰ: ফেকামাৰীস্থিত ই.ভি.এম আৰু ভি.ভি.পেট পণ্যগাৰ ভৱনটো পৰ্যবেক্ষণ কৰে জিলা নিৰ্বাচনী বিষয়াই
মানকাচৰ: জামাদাৰহাট গাঁও পঞ্চায়তৰ কাৰ্যালয়ত নৱগঠিত পঞ্চায়ত কমিটি আৰু ৰাইজৰ মাজত আলোচনা সভা অনুষ্ঠিত
মানকাচৰ: চিৰাকুটি গাঁও পঞ্চায়তৰ কাৰ্য্যালয়ত নৱ গঠিত পঞ্চায়ত কমিটি আৰু শ শ ৰাইজৰ মাজত আলোচনা সভা অনুষ্ঠিত
মানকাচৰ: বিধায়ক আফতাব উদ্দিন মোল্লাই তুলসীবাৰিত চলি থকা জিঅ' বেগ আৰু পাৰ্কো পাইনৰ কামৰ অগ্ৰগতিৰ বুজ লয়
মানকাচৰ: ওৱাহাব বজাৰত গৰা খহনীয়াৰ তাণ্ডৱ,নৈত জাহ যায় ওৱাহাৱ বজাৰ তিনি আলি
মানকাচৰ: দক্ষিণ চিলাৰভিটাত  আদৰ্শ অংগনবাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক আফতাব উদ্দিন মোল্লাই
মানকাচৰ: ধুবুৰীৰ পৰা ফকিৰগঞ্জ অভিমুখী এখন  নাওৰ যাত্ৰীয়ে এগৰাকী মহিলাক ব্ৰহ্মপুত্ৰ নদীত উটি থকা অৱস্থাত প্রত্যক্ষ কৰি উদ্ধাৰ কৰে
মানকাচৰ: ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত নস্কৰাত ২ খন গাঁও পঞ্চায়তৰ সভাপতি গঠন প্ৰক্ৰিয়া সামৰণি পৰে
মানকাচৰ: সাতসিয়াত ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজৰ সহযোগত ড্ৰাগছ আৰু মাদক দ্ৰব্য প্ৰচলন বন্ধ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ
মানকাচৰ: অৱশেষত সম্পূৰ্ণকৈ নৈৰ বুকুত বিলীন হ'ল ঐতিহাসিক ওৱাহাব বজাৰ জামে মছজিদ
মানকাচৰ: নস্কৰা জামাদাৰহাট উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত বুধবাৰে ৩ খন গাঁও পঞ্চায়তৰ সভাপতি গঠন
মানকাচৰ: গৰাখহনীয়াৰ ফলত ফকিৰগঞ্জৰ ঐতিহাসিক ওৱাহাব বজাৰৰ জামে মছজিদৰ আধা অংশ নৈৰ বুকুত জাহ যায়
মানকাচৰ: কুমৰী চিৰাকুটি সংযোগী বিধ্বস্ত পথৰ বাবে জীয়াতু ভুগিছে হাজাৰ হাজাৰ ৰাইজে, পথ মেৰামতিৰ দাবী ৰাইজৰ <nis:link nis:type=tag nis:id=jansamasya nis:value=jansamasya nis:enabled=true nis:link/>