মানকাচৰ: সাতসিয়াত ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজৰ সহযোগত ড্ৰাগছ আৰু মাদক দ্ৰব্য প্ৰচলন বন্ধ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ
বৃহস্পতিবাৰে সাতসিয়াত ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজৰ সহযোগত ড্ৰাগছ আৰু মাদক দ্ৰব্য প্ৰচলন বন্ধ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ ড্ৰাগছ আৰু মাদক দ্ৰব্য প্ৰচলন বন্ধ কৰাৰ বিৰুদ্ধে ওলাই আহিল ছাত্ৰ ছাত্ৰী স্থানীয় ৰাইজ। হাতে হাতে প্লে কাৰ্ড লৈ ড্ৰাগছ বন্ধ কৰক, মাদক দ্ৰব্য সেৱন বন্ধ কৰক আদি শ্ল গান দি ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।