Public App Logo
Jansamasya
News
पुलिस
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
अनिल
Cm
Pmmodi
Rahulgandhi
कानपुर
Pm
Uttarpradesh
Haryana
Lucknow
No video available

মানকাচৰ: নস্কৰা জামাদাৰহাট উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত বুধবাৰে ৩ খন গাঁও পঞ্চায়তৰ সভাপতি গঠন

নস্কৰা জামাদাৰহাট উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত বুধবাৰে ৩ খন গাঁও পঞ্চায়তৰ সভাপতি গঠন নস্কৰা জামাদাৰহাট উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ৰাজহ চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াৰ উপস্থিতিত অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত নস্কৰা জামাদাৰহাট উন্নয়ন খণ্ডৰ অন্তৰ্গত ৩ গাঁও পঞ্চায়তৰ নৱ নিৰ্বাচিত সদস্য সদস্যা সকলৰ মাজত সভাপতি গঠন কৰি শপত গ্ৰহণ কৰা হয় নৱ নিৰ্বাচিত সভাপতি সকলক সমৰ্থক সকলে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে উষ্ম আদৰণী জনায়।
মানকাচৰ: নস্কৰা জামাদাৰহাট উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত বুধবাৰে ৩ খন গাঁও পঞ্চায়তৰ সভাপতি গঠন - Mankachar News