Public App Logo
Jansamasya
News
Bjp
National
Bihar
���ीजेपी
���िधायक
Congress
Modi
Delhi
Viral
���ाजस्थान
Jharkhand
Rajasthan
���ध्यप्रदेश
���मित_शाह
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Pmmodi
Rahulgandhi
���रियाणा
Haryana
���ादी
Crimenews
Nda
School
Cbi
Politics

মানকাচৰ: দক্ষিণ শালমাৰা সমষ্টিৰ বিধায়ক ওৱাজেদ আলী চৌধুৰীৰ লগতে কেইবাজনো বিধায়ক উচ্ছেদক লৈ ৰাজ্যপালক সাক্ষাৎ কৰে

শনিবাৰে দক্ষিণ শালমাৰা সমষ্টিৰ বিধায়ক ওৱাজেদ আলী চৌধুৰীৰ লগতে কেইবাজনো বিধায়ক উচ্ছেদক লৈ ৰাজ্যপালক সাক্ষাৎ কৰে । আজি অসম কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া নেতৃত্বত দক্ষিন শালমাৰা সমষ্টিৰ বিধায়ক ওৱাজেদ আলী চৌধুৰীৰ লগতে কেইবাজনো কংগ্ৰেছৰ বিধেয়কে ৰাজ্যৰ বিভিন্ন ঠাইত চৰকাৰ-প্ৰশাসনে উচ্ছেদ কৰা কাৰ্য্যত ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰি ৰাজভৱনত ৰাজ্যপাল মাননীয় লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে।