Public App Logo
Jansamasya
News
पुलिस
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
अनिल
Cm
Pmmodi
Rahulgandhi
कानपुर
Pm
Uttarpradesh
Haryana
Lucknow
No video available

মানকাচৰ: দক্ষিণ চিলাৰভিটাত আদৰ্শ অংগনবাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক আফতাব উদ্দিন মোল্লাই

শনিবাৰে দিনৰ আনুমানিক ১বজাত দক্ষিণ চিলাৰভিটাত আদৰ্শ অংগনবাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক আফতাব উদ্দিন মোল্লা আজি দক্ষিণ চিলাৰভিটা গাঁওত এটা আদৰ্শ অংগনবাদী কেন্দ্ৰৰ আনুষ্ঠানিক ভাৱে আধাৰশিলা স্থাপন কৰা হয়। উক্ত আদৰ্শ অংগনবাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক আফতাব উদ্দিন মোল্লাই।উক্ত অনুষ্ঠানত জেষ্ঠ মুৰব্বী,স্থানীয় মান্য গণ্য ব্যক্তি আৰু বিভাগীয় লোকৰ লগতে অংগনবাদী কৰ্মী সহায়িকা উপস্থিত থাকে।
মানকাচৰ: দক্ষিণ চিলাৰভিটাত আদৰ্শ অংগনবাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক আফতাব উদ্দিন মোল্লাই - Mankachar News