Public App Logo
Jansamasya
News
Bjp
National
Bihar
���ीजेपी
���िधायक
Congress
Modi
Delhi
Viral
���ाजस्थान
Jharkhand
Rajasthan
���ध्यप्रदेश
���मित_शाह
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Pmmodi
Rahulgandhi
���रियाणा
Haryana
���ादी
Crimenews
Nda
School
Cbi
Politics

মানকাচৰ: জামাদৰহাটত ফকিৰগঞ্জ থানা পৰ্যায়ৰ নাগাৰিক সমিতিৰ সভা অনুষ্ঠিত হয়

মঙ্গলবাৰে জামাদৰহাটত ফকিৰগঞ্জ থানা পৰ্যায়ৰ নাগাৰিক সমিতিৰ এখন সভা অনুষ্ঠিত,উপস্থিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে নাগৰিক সমিতিৰ সভাপতি ।আজি জামাদৰহাটত জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ফকিৰগঞ্জ থানা পৰ্যায়ৰ নাগাৰিক সমিতিৰ এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰা হয়।উক্ত সভাত ফকিৰৰগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুন্দন ৰবি দাস উপস্থিত থকাৰ লগতে নাগৰিক সমিতিৰ সভাপতি ছেলিম মালিক আৰু আন আন মান্য গণ্য ব্যক্তি সকল উপস্থিত থাকে।