Public App Logo
Jansamasya
News
Bjp
National
Bihar
���ीजेपी
���िधायक
Congress
Modi
Delhi
Viral
���ाजस्थान
Jharkhand
Rajasthan
���ध्यप्रदेश
���मित_शाह
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Pmmodi
Rahulgandhi
���रियाणा
Haryana
���ादी
Crimenews
Nda
School
Cbi
Politics

মানকাচৰ: চিৰাকুটি গাঁও পঞ্চায়তৰ কাৰ্য্যালয়ত নৱ গঠিত পঞ্চায়ত কমিটি আৰু শ শ ৰাইজৰ মাজত আলোচনা সভা অনুষ্ঠিত

দেওবাৰে চিৰাকুটি গাঁও পঞ্চায়তৰ কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা নৱ গঠিত পঞ্চায়ত কমিটি আৰু শ শ ৰাইজৰ মাজত হোৱা আলোচনা সভা আবেলি ৪ বজাত সামৰণি পৰে আজি নস্কৰা জামাদাৰহাট উন্নয়ন খণ্ডৰ অন্তৰ্গত চিৰাকুটি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত এইবেলি গাঁও পঞ্চায়ত খনৰ নৱ নিৰ্বাচিত পঞ্চায়ত সভাপতি, উপ-সভানেত্ৰী,পঞ্চায়ত সচিব,সদস্য সদস্যা আৰু গাঁও পঞ্চায়তৰ বিভিন্ন ইউনিটৰ পৰা অহা জেষ্ঠ মুৰব্বী,মুখিয়াল ব্যক্তি,শিক্ষক সমাজ, সচেতন ৰাইজ আৰু সৰ্ব সাধাৰণ ৰাইজৰ মাজত আলোচনা সভা অনুষ্ঠিত হয়।
মানকাচৰ: চিৰাকুটি গাঁও পঞ্চায়তৰ কাৰ্য্যালয়ত নৱ গঠিত পঞ্চায়ত কমিটি আৰু শ শ ৰাইজৰ মাজত আলোচনা সভা অনুষ্ঠিত - Mankachar News