Public App Logo
Jansamasya
News
पुलिस
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
अनिल
Cm
Pmmodi
Rahulgandhi
कानपुर
Pm
Uttarpradesh
Haryana
Lucknow
No video available

মানকাচৰ: কংগ্ৰেছ দলৰ এটা সঁজাতি দলে ওৱাহাৱ বজাৰৰ গৰাখহনীয়া ঠাই পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত-বিনিময় কৰে

দেওবাৰে কংগ্ৰেছ দলৰ এটা সজাতি দলে ওৱাহাৱ বজাৰৰ গৰা খহনীয়া ঠাই পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত বিনিময় কৰে। ওৱহাব বজাৰত দিনক দিনে বৃদ্ধি পাইছে গৰা খহনীয়াৰ তাণ্ডৱ । আজি কংগ্ৰেছ দলৰ এটা সজাতি দলে ওৱাহাৱ বজাৰৰ গৰা খহনীয়াৰ ঠাইত উপস্থিত হয় আৰু ঠাই খিনি পৰিদৰ্শন কৰে আৰু স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে।