মানকাচৰ: ফেকামাৰীস্থিত ই.ভি.এম আৰু ভি.ভি.পেট পণ্যগাৰ ভৱনটো পৰ্যবেক্ষণ কৰে জিলা নিৰ্বাচনী বিষয়াই
সোমবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফেকামাৰীস্থিত ই.ভি.এম আৰু ভি.ভি.পেট পণ্যগাৰ ভৱনটো জিলা নিৰ্বাচনী বিষয়াই পৰ্য্যবেক্ষণ কৰে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফেকামাৰীত ই.ভি.এম আৰু ভি.ভি.পেট পণ্যগাৰ ভৱন আজি জিলা নিৰ্বাচনী বিষয়া অচিন্ত্য ৰয় আৰু অসম গণ পৰিষদ দলৰ প্ৰতিনিধি উপস্থিত থাকি ভৱনটো ভালদৰে পৰ্যবেক্ষণ কৰে।