মানকাচৰ: তাৰাঙ্গাঝাৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত নৱগঠিত পঞ্চায়ত কমিটি আৰু ৰাইজৰ মাজত এক আলোচনা সভা অনুষ্ঠিত
বৃহস্পতিবাৰে তাৰাঙ্গাঝাৰ গাঁও পঞ্চায়তৰ কাৰ্য্যালয়ত নৱ গঠিত পঞ্চায়ত কমিটি আৰু ৰাইজৰ মাজত এক আলোচনা সভা অনুষ্ঠিত হয়।উক আজি নস্কৰা জামাদাৰ হাট গাঁও পঞ্চায়তৰ কাৰ্যালয়ত গাঁও পঞ্চায়ত খনৰ নৱ নিৰ্বাচিত পঞ্চায়ত সভানেত্ৰী,উপ-সভানেত্ৰী, পঞ্চায়ত সচিব,সদস্য সদস্যা আৰু গাঁও পঞ্চায়তৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জেষ্ঠ মুৰব্বী, সচেতন ৰাইজ আৰু ৰাইজৰ মাজত এখন আলোচনা সভা অনুষ্ঠিত হয়।