মানকাচৰ: নিছিনপুৰত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে RCC পাৰ্কুপাইনৰ কাম আৰম্ভ
বুধবাৰে নিছিনপুৰত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে RCC পাৰ্কুপাইনৰ কাম আৰম্ভ, এই দৃশ্য দিনৰ ৩ বজাৰ  নিছিনপুৰত চলি থকা গৰা খহনীয়াৰ প্ৰতিৰোধৰ বাবে  অৱশেষত RCC পাৰ্কুপাইনৰ কাম আৰম্ভ হয়। যন্ত্ৰ চালিত নাওঁৰে  গৰা খহনীয়াৰ প্ৰতিৰোধৰ বাবে RCC পাৰ্কুপাইনৰ কাম আৰম্ভ হয়।