Public App Logo
Jansamasya
News
पुलिस
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
अनिल
Cm
Pmmodi
Rahulgandhi
कानपुर
Pm
Uttarpradesh
Haryana
Lucknow
No video available

মানকাচৰ: কুমৰী চিৰাকুটি সংযোগী বিধ্বস্ত পথৰ বাবে জীয়াতু ভুগিছে হাজাৰ হাজাৰ ৰাইজে, পথ মেৰামতিৰ দাবী ৰাইজৰ #jansamasya

কুমৰী চিৰাকুটি সংযোগী বিধ্বস্ত পথৰ বাবে জীয়াতু ভুগিছে হাজাৰ হাজাৰ ৰাইজ ,এই সন্দৰ্ভত মঙ্গলবাৰে দিনৰ তিনি বজাত ভুক্তভুগি ৰাইজৰ মন্তব্য দক্ষিণ শালমাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত কুমৰী চিৰাকুটি সংযোগী একমাত্ৰ পথচোৱা বৰষুণৰ বাবে বিধ্বস্ত হোৱাত প্ৰায় যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰিছে। উক্ত পথটোৰে শ শ স্কুলীয়া ছাত্ৰ ছাত্ৰী,হাজাৰ হাজাৰ পথাচাৰী অহা যোৱা কৰাত সমস্যাৰ সন্মুখীন হৈছে। বোকাময় পথেৰে যাতায়ত অব্যাহত ৰাখিছে ৰাইজে।বৰষুণ দিলেই এই সমস্যাৰ সন্মুখীন হয় ৰাইজ।
মানকাচৰ: কুমৰী চিৰাকুটি সংযোগী বিধ্বস্ত পথৰ বাবে জীয়াতু ভুগিছে হাজাৰ হাজাৰ ৰাইজে, পথ মেৰামতিৰ দাবী ৰাইজৰ #jansamasya - Mankachar News