Public App Logo
Jansamasya
News
पुलिस
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
अनिल
Cm
Pmmodi
Rahulgandhi
कानपुर
Pm
Uttarpradesh
Haryana
Lucknow
No video available

মানকাচৰ: ওৱাহাব বজাৰত গৰা খহনীয়াৰ তাণ্ডৱ,নৈত জাহ যায় ওৱাহাৱ বজাৰ তিনি আলি

ওৱাহাব বজাৰত গৰা খহনীয়াৰ তাণ্ডৱ,নৈত জাহ যায় ওৱাহাৱ বজাৰ তিনি আলি। লুইতৰ প্ৰচণ্ড গৰা খহনীয়াৰ ফলত বিভিন্ন ঠাইলৈ সংযোগ স্থাপন কৰা ওৱাহাৱ বজাৰ তিনি আলি মূল পথ নৈৰ বুকুত জাহ যায়। যাৰ ফলত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে।কোনোমতে পথটোৰ কাষৰে বিপদ সংকুল ভাবে যাতায়ত অব্যাহত আছে। বৰ্তমানলৈকে কোনো স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰা নাই বিভাগৰ লগতে জন প্ৰতিনিধি সকলে।