Public App Logo
Jansamasya
News
पुलिस
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
अनिल
Cm
Pmmodi
Rahulgandhi
कानपुर
Pm
Uttarpradesh
Haryana
Lucknow
No video available

মানকাচৰ: তুলসীবাৰিত চলি থকা জীঅবেগ আৰু পাৰ্কোপাইনৰ কামৰ অগ্ৰগতিৰ বুজ লয় স্থানীয় বিধায়ক আফতাব উদ্দিন মোল্লা ই

শুক্ৰবাৰে স্থানীয় বিধায়ক আফতাব উদ্দিন মোল্লাই তুলসীবাৰিত চলি থকা জীঅবেগ আৰু পাৰ্কো পাইন ৰ কামৰ অগ্ৰগতিৰ বুজ লয় আৰু ৰাইজৰ সৈতে মত বিনিময় কৰে । তুলসীবাৰি অঞ্চলত ইতিমধ্যে গৰা খহনীয়া প্ৰতিৰোধৰ বাবে জীঅবেগ আৰু পাৰ্কো পাইন কাম চলি আছে। আজি স্থানীয় বিধায়ক আফতাব উদ্দিন মোল্লা ই এই গৰা খহনীয়াৰ ঠাই পৰিদৰ্শন কৰে আৰু কামৰ অগ্ৰগতি ৰ বুজ লয়।