মানকাচৰ: অৱশেষত সম্পূৰ্ণকৈ নৈৰ বুকুত বিলীন হ'ল ঐতিহাসিক ওৱাহাব বজাৰ জামে মছজিদ
অৱশেষত সম্পূৰ্ণকৈ নৈৰ বুকুত বিলীন হল দক্ষিন শালমাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত ঐতিহাসিক ওৱাহাব বজাৰ জামে মছজিদ এই দৃশ্য বৃহস্পতিবাৰে দিনৰ ১ বজাৰ এনেদৰে লুইতৰ প্ৰচণ্ড গৰা খহনীয়াৰ কবলত পৰি সম্পূৰ্ণকৈ নৈৰ বুকুত বিলীন হল ঐতিহাসিক ওৱাহাব বজাৰ জামে মছজিদ । এনেদৰে মছজিদটোৰ বেৰত ডাঙৰ ডাঙৰ ফাট মেলি নদীত পৰি যায়। এনে ভয়ংকৰ গৰা খহনীয়াৰ অব্যাহত থকাত অঞ্চলটোৰ ৰাইজৰ মাজত এক আতংক সৃষ্টি হৈছে।