ওৱাহাব বজাৰত তীব্ৰ গৰাখহনীয়াৰ ফলত সোমবাৰে নৈত জাহ যায় ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ ফকিৰগঞ্জৰ ওৱাহাব বজাৰত লুইতৰ প্ৰচণ্ড গৰা খহনীয়া ই কাল ৰূপ ধাৰণ কৰিছে।আজি হোৱা প্ৰচণ্ড গৰা খহনীয়াৰ ফলত নৈত জাহ যায় ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ। যাৰ ফলত এক হাহাকাৰ পৰিবেশ সৃষ্টি হয় অঞ্চলজুৰি।