ফকিৰগঞ্জৰ সনাইবিলত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিভাগৰ ফালৰ পৰা জিঅ বেগৰ কাম আৰম্ভ। ফকিৰগঞ্জৰ বিভিন্ন অঞ্চলৰ লগতে সনাইবিলত ব্ৰহ্মপুত্ৰ নদীৰ গৰা খহনীয়াৰ অব্যাহত আছে। সনাইবিলত চলি থকা গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে বিভাগৰ ফালৰ পৰা জিও বেগৰ কাম আৰম্ভ হয়। যাতে ঠাইখন ৰক্ষা হয় তাৰ বাবে এনেকৈ কাম কৰা পৰিলক্ষিত হৈছে।