Public App Logo
Jansamasya
News
पुलिस
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
अनिल
Cm
Pmmodi
Rahulgandhi
कानपुर
Pm
Uttarpradesh
Haryana
Lucknow
No video available

মানকাচৰ: গৰাখহনীয়াৰ ফলত ফকিৰগঞ্জৰ ঐতিহাসিক ওৱাহাব বজাৰৰ জামে মছজিদৰ আধা অংশ নৈৰ বুকুত জাহ যায়

ফকিৰগঞ্জৰ ওৱাহাব বজাৰৰ জামে মছজিদৰ আধা অংশ নৈত বুকুত জাহ যায় এই দৃশ্য বুধবাৰে আবেলি ৫ বজাৰ ব্ৰহ্মপুত্ৰ নদীৰ কৰাল গ্ৰাসত পৰি যি কোনো মূহুৰ্তত সম্পুৰ্ণ কৈ নদীত বিলীন হব পাৰে এই ধৰ্মীয় প্ৰতিষ্ঠান। ফকিৰগঞ্জৰ ওৱাহাব বজাৰত ব্ৰহ্মপুত্ৰ নদীৰ গড়াখহনীয়াই লৈছে ভয়ংকৰ ৰূপ । ইতিমধ্যে মছজিদৰ আধা অংশ অংশ নৈত জাহ গৈছে। নৈত জাহ গৈছে।
মানকাচৰ: গৰাখহনীয়াৰ ফলত ফকিৰগঞ্জৰ ঐতিহাসিক ওৱাহাব বজাৰৰ জামে মছজিদৰ আধা অংশ নৈৰ বুকুত জাহ যায় - Mankachar News