Public App Logo
Jansamasya
News
Bjp
National
Bihar
���ीजेपी
���िधायक
Congress
Modi
Delhi
Viral
���ाजस्थान
Jharkhand
Rajasthan
���ध्यप्रदेश
���मित_शाह
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Pmmodi
Rahulgandhi
���रियाणा
Haryana
���ादी
Crimenews
Nda
School
Cbi
Politics

মানকাচৰ: ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত নস্কৰাত ২ খন গাঁও পঞ্চায়তৰ সভাপতি গঠন প্ৰক্ৰিয়া সামৰণি পৰে

ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত নস্কৰাত ২ খন গাওঁ পঞ্চায়তৰ সভাপতি গঠন প্ৰক্ৰিয়া শুক্ৰবাৰে দিনৰ ৩ বজাত সামৰণি পৰে নস্কৰা জামাদাৰহাট উন্নয়ন খণ্ডৰ অন্তৰ্গত সুন্দৰপাৰা গাঁও পঞ্চায়ত আৰু তাৰাঙ্গঝাৰ গাঁও পঞ্চায়তৰ জয়ী হোৱা সদস্য সদস্যা সকলৰ মাজত প্ৰস্তাব আৰু সমৰ্থনৰে সভাপতি গঠন কৰা হয় ৰাজহ চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াৰ উপস্থিতিত শপত গ্ৰহণ কৰা হয়। নৱ নিৰ্বাচিত সভাপতি সকলক সমৰ্থক সকলে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে উষ্ম আদৰণী জনায়।