Public App Logo
Profile Picture

Haren Bora

@harenbora000
39992Followers
4Following
বিহপুৰীয়া: আজি বিহপুৰীয়াত বিয়লি ৫ বজাত কংগ্ৰেছৰ অন্তিমখন নিব্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে বিধায়িকা নন্দিতা দাসে ৷
বিহপুৰীয়া: আজি সন্ধিয়া ৬ বজাত বিহপুৰীয়াৰ পথালিপাহাৰ পঞ্চায়তত  বিজেপিত যোগদান কায্যসুচী অনুষ্ঠিত হয় ৷
বিহপুৰীয়া: আজি বিহপুৰীয়াত আপ’ৰ প্ৰাথী ঝষিৰাজ কৌণ্ডিল্যৰ ব্যাপক নিব্বাচনী প্ৰচাৰ ৷ বিয়লি ৫ বজালৈ কেইবাখনো সভাত অংশগ্ৰহণ ৷
বিহপুৰীয়া: আজি ইছলাম ধমীয় লোক সকলৰ পবিত্ৰ ঈদ ৷ বিহপুৰীয়াত আঞ্চলিক ঈদগাহ ময়দানত সমুহীয়া নামাজত অংশ লয় সকলোৱে ৷
বিহপুৰীয়া: আগন্তুক লোকসভা নিব্বাচনৰ উদ্দেশ্য আজি বিয়লি ৪ বজাত বিহপুৰীয়াত ডিক্ৰং পঞ্চায়তৰ নিব্বাচনী কায্যালয় মুকলি কৰা হয় ৷
বিহপুৰীয়া: পিঠাগুৰিত অনুষ্ঠিত ভাগৱত অনুষ্ঠানত নন্দোৎসৱে মুহিলে ভক্তপ্ৰাণ ৰাইজক
বিহপুৰীয়া: হাৰমতিত বিজেপিৰ বুথে বুথে নিৰ্বাচনী সভা অনুষ্ঠিত, উপস্থিত মণ্ডলৰ বিষয়ববীয়াসকল
বিহপুৰীয়া: বিহপুৰীয়াত মাজুলী সংযোগী দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে অন্যায় লুণ্ঠনৰ অভিযোগ তুলি কৰ্মবিৰতি পালন চিকিউৰিটি গাৰ্ডৰ
বিহপুৰীয়া: আজি সন্ধিয়া ৭ বজাত বিহপুৰীয়াৰ বিধায়ক ড° অমিয় ভুঞাই বুথে বুথে আশীৰ্বাদ যাএাত অংশ লয় ৷
বিহপুৰীয়া: আজি বিহপুৰীয়াত দিনৰ ১ বজাত আমআদমী পাটীত যোগদান কৰিলে অদ্ধশতাধিক লোকে ৷
বিহপুৰীয়া: অহা এশ দিনৰ ভিতৰত  অসমৰ মূখ্যমন্ত্ৰী সলনি হব  ৷ বিহপুৰীয়াত আজি সন্ধিয়া ৭ বজাত  প্ৰচাৰ চলায় মন্তব্য কৰে ভুপেন কুমাৰ বৰাই
বিহপুৰীয়া: কংগ্ৰেছৰ সভাপতি ভুপেন বৰাই নিব্বাচনৰ পিছতেই বিজেপিত যোগদান কৰিব ,আজি বাহঁগড়াত দিনৰ ১ বজাত মন্তব্য কৰে জয়ন্তমল্ল বৰুৱাই ৷
বিহপুৰীয়া: লক্ষিমপুৰ লোকসভাৰ নিৰ্দলীয় প্ৰাথী গোবিন বিশ্বকৰ্মাৰ প্ৰাৰ্থীত্বক লৈ বিহপুৰীয়াত প্ৰতিক্ৰিয়া জিলা গোৰ্খা সন্মিলনৰ
বিহপুৰীয়া: বিশ্বশান্তিৰ কামনাৰে ২নং পিঠাগুৰিত সাতদিনীয়া কাৰ্যসূচীৰে আৰম্ভ শ্ৰীমদ্ভাগৱত জ্ঞান মহাযজ্ঞ
বিহপুৰীয়া: দঙিবিল ডিক্ৰং পঞ্চায়তৰ ১৫০ আৰু ১৫২নং বুথত বিজেপিৰ বিশেষ নিৰ্বাচনী সভা অনুষ্ঠিত
বিহপুৰীয়া: ডিক্ৰং গাঁও পঞ্চায়তৰ বালিগাঁও বুথ কংগ্ৰেছ সমিতিৰ নিৰ্বাচনী সভা অনুষ্ঠিত, জিলা কংগ্ৰেছৰ সভাপতি গগন বৰাৰ অংশগ্ৰহণ
বিহপুৰীয়া: বিহপুৰীয়াত উপস্থিত শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত, জ্যেষ্ঠ নাগৰিকৰ লগত মত বিনিময়
বিহপুৰীয়া: বিহপুৰীয়াত উপস্থিত শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা বিধায়ক ৰঞ্জিত দত্ত, বিশাল পদযাত্ৰাত অংশগ্ৰহণ
বিহপুৰীয়া: আজি সন্ধিয়া ৬ বজাত বিহপুৰীয়াত  বিহু উৎসৱ  সোণালী জয়ন্তী উদযাপন সমিতিৰ সংবাদ মেল ৷
বিহপুৰীয়া: আজিৰে পৰা আমগুৰি ৰংঘৰীয়া কেন্দ্ৰৰ মহাৰজত জয়ন্তী সামৰণি অনুষ্ঠান ৷ পুৱা ১১ বজাত সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ ৷
বিহপুৰীয়া: বিহপুৰীয়া সঃ চিঃ উঃ মাঃ বিঃ প্ৰাক্তন ছাএ সমাৰোহৰ আজি অন্তিম দিন ৷ ২ বজাৰ পৰা মুকলি সভাত উপস্থিত বহু বিশিষ্ট ব্যক্তি ৷
বিহপুৰীয়া: বিহপুৰীয়াৰ পিঠাগুৰিত অনুষ্ঠিত হৈছে ভাওনা সমাৰোহ ৷ আজি পুৱা পতাকা উত্তোলনৰ পিছত ১২ বজাত মহিলাৰ থিয় নাম পৰিৱেশন ৷
বিহপুৰীয়া: আজিৰ পৰা সন্তপুৰ চিচাপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ছাএ সমাৰোহ ৷ বিয়লি দুই বজাত স্মৃতি ৰোমন্থন অনুষ্ঠান ৷
বিহপুৰীয়া: আজি বিহপুৰীয়াত ঠেঙাল কছাৰী জনগোষ্ঠীৰ তৰাচিৰা বিহু উদযাপন, পুৱা ন বজাৰ পৰা পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ
বিহপুৰীয়া: মঙলবাৰে দুপৰীয়া ১২বজাত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ জন্মস্থান লেটেকুপুখুৰীত ফল্গুৎসৱৰ উপলক্ষ্যে ভাগৱত শোভাযাত্ৰা বাহিৰ কৰে