Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
Uttarpradesh
No video available

বিহপুৰীয়া: পিঠাগুৰিত অনুষ্ঠিত ভাগৱত অনুষ্ঠানত নন্দোৎসৱে মুহিলে ভক্তপ্ৰাণ ৰাইজক

Bihpuria, Lakhimpur | Apr 8, 2024
বিহপুৰীয়াৰ ২নং পিঠাগুৰিত অনুষ্ঠিত শ্ৰীমদ্ভাগৱত সংগীতময় জ্ঞান মহাযজ্ঞ আৰু বাখ্যানুষ্ঠানত সহস্ৰাধিক ভক্তৰ সমাৱেশ। সাতদিনীয়া কায্যসূচীৰে আৰম্ভ হোৱা ভাগৱত জ্ঞান মহাযজ্ঞ আৰু বাখ্যানুষ্ঠানৰ আজি পঞ্চমটো দিন ৷ অনুষ্ঠানত বাখ্যাকাৰ হিচাপে উপস্থিত থাকে ভাগৱত আচাৰ্য্য ভাস্কৰ পুৰুষোত্তম।