Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Madhyapradesh
Pmmodi
Rahulgandhi
No video available

বিহপুৰীয়া: আজি ইছলাম ধমীয় লোক সকলৰ পবিত্ৰ ঈদ ৷ বিহপুৰীয়াত আঞ্চলিক ঈদগাহ ময়দানত সমুহীয়া নামাজত অংশ লয় সকলোৱে ৷

Bihpuria, Lakhimpur | Apr 11, 2024
আজি ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ প্ৰবিত্ৰ ঈদ। # সমগ্ৰ ৰাজ্যৰ লগতে বিহপুৰীয়াতো ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ মাজতো দেখা গ'ল উচ্ছাহ উদ্দীপনা। মাহ জোৰা ৰোজা ৰখাৰ অন্তত আজি ইছলাম ধমীয় লোক সকলে বিহপুৰীয়া নগৰৰ ঈদগাহ ময়দানত সমূহীয়া নামাজত অংশ গ্ৰহন কৰে ৷ বিহপুৰীয়াৰ বিভিন্ন প্ৰান্তৰ কেইবাশতাধিক ইছলাম ধৰ্মাৱলম্বী লোকে। আজি পুৱাই বিহপুৰীয়াৰ ঈদ গাহ ময়দানত দেখা গল ইছলাম ধমাৱলম্বী লোক সকলৰ মাজত উৎসাহ উদ্দিপনা ৷ এই পবিত্ৰ ঈদৰ দিনাই দুখীয়া দৰিদ্ৰ লোক সকলক সহায়ৰ হাত আগবঢ়াই সকলোৱে ৷