Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
India
चोरी
बीजेपी
Uttar_pradesh
Gujarat
Accident
Congress
Modi
Delhi
Viral
पेट्रोल
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Pmmodi
Telangana
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana
No video available

বিহপুৰীয়া: মঙলবাৰে দুপৰীয়া ১২বজাত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ জন্মস্থান লেটেকুপুখুৰীত ফল্গুৎসৱৰ উপলক্ষ্যে ভাগৱত শোভাযাত্ৰা বাহিৰ কৰে

Bihpuria, Lakhimpur | Mar 26, 2024
লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ সমীপৰ লেটেকুপুখুৰীত অৱস্থিত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ জন্মস্থান লেটেকুপুখুৰীত নাম সমাৰোহ আৰু ফল্গুৎসৱ সম্পন্ন ৷ যোৱা ২৪মাৰ্চৰ পৰা ৰঙৰ উৎসৱ ফাকুৱাৰ লগত সংগতি ৰাখি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সম্পন্ন হৈছে এই নাম সমাৰোহ৷ কাৰ্যসূচীৰ প্ৰথম দিনা ধৰ্মধ্বজা উত্তোলন,ঐতিহাসিক লেটেকুপুখুৰী গুৰুগৃহ আৰু কীৰ্ত্তন ঘৰ প্ৰদক্ষিণ,নিত্য প্ৰসঙ্গ,ভাগৱত পাঠ আদি অনুষ্ঠিত কৰে ।