Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
India
चोरी
बीजेपी
Uttar_pradesh
Gujarat
Accident
Congress
Modi
Delhi
Viral
पेट्रोल
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Pmmodi
Telangana
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana
No video available

বিহপুৰীয়া: বিহপুৰীয়াত মাজুলী সংযোগী দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে অন্যায় লুণ্ঠনৰ অভিযোগ তুলি কৰ্মবিৰতি পালন চিকিউৰিটি গাৰ্ডৰ

Bihpuria, Lakhimpur | Apr 7, 2024
বিহপুৰীয়া মাজুলী সংযোগী দলং নিৰ্মাণকাৰী এছপি চিংলা প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে অন্যায়,লুণ্ঠনৰাজৰ অভিযোগ তুলি দেওবাৰে কৰ্মবিৰতি পালন চিকিউৰিটি গাৰ্ডৰ ৷ লখিমপুৰ জিলাৰ বিহপুৰীয়াত মাজুলী সংযোগৰ বাবে ধুনাগুৰিৰ সোৱণশিৰি নদীৰ ওপৰত চলিছে দলং নিৰ্মাণৰ কাম ৷ দলং নিৰ্মাণৰ নামত নিয়োজিত হিন্দী ভাষী বিষয়া-কৰ্মচাৰীসকলে বিভিন্ন দিশত চৰম লুন্ঠনৰাজ চলোৱাৰ অভিযোগ উঠিছে ৷ এই লুন্ঠনৰাজৰ আউতাত সোমাই পৰিছে প্ৰতিষ্ঠানটোত কৰ্মৰত ১৭ গৰাকীকৈ চিকিউৰিটি গাৰ্ড ৷
বিহপুৰীয়া: বিহপুৰীয়াত মাজুলী সংযোগী দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে অন্যায় লুণ্ঠনৰ অভিযোগ তুলি কৰ্মবিৰতি পালন চিকিউৰিটি গাৰ্ডৰ - Bihpuria News