Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
India
चोरी
बीजेपी
Uttar_pradesh
Gujarat
Accident
Congress
Modi
Delhi
Viral
पेट्रोल
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Pmmodi
Telangana
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana
No video available

বিহপুৰীয়া: হাৰমতিত বিজেপিৰ বুথে বুথে নিৰ্বাচনী সভা অনুষ্ঠিত, উপস্থিত মণ্ডলৰ বিষয়ববীয়াসকল

Bihpuria, Lakhimpur | Apr 7, 2024
হাৰমতি গাওঁ পঞ্চায়তৰ ৪২নং বুথ আৰু দক্ষিণ লালুক গাওঁ পঞ্চায়তৰ ৩৭,৩৮,৩৯নং বুথত বুথে বুথে নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। সভাত ডিক্ৰং মণ্ডলৰ সভানেত্ৰী কল্যাণী শইকীয়া, সাধাৰণ সম্পাদক দুলু মহন্ত, ভৰত বৰা, সম্পাদক প্ৰদীপ বিশ্বাস, জিলা কাৰ্যনিৰ্বাহক বিদুৰ সিং আৰু বুথৰ সভাপতি, সম্পাদকসকল উপস্থিত থাকে।
বিহপুৰীয়া: হাৰমতিত বিজেপিৰ বুথে বুথে নিৰ্বাচনী সভা অনুষ্ঠিত, উপস্থিত মণ্ডলৰ বিষয়ববীয়াসকল - Bihpuria News