Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
Uttarpradesh
No video available

বিহপুৰীয়া: আগন্তুক লোকসভা নিব্বাচনৰ উদ্দেশ্য আজি বিয়লি ৪ বজাত বিহপুৰীয়াত ডিক্ৰং পঞ্চায়তৰ নিব্বাচনী কায্যালয় মুকলি কৰা হয় ৷

Bihpuria, Lakhimpur | Apr 8, 2024
আগন্তুক লোকসভা নিব্বাচনৰ উদ্দেশ্য আজি বিয়লি ৪ বজাত বিহপুৰীয়াত ডিক্ৰং পঞ্চায়তৰ নিব্বাচনী কায্যালয় মুকলি কৰা হয় ৷ বিহপুৰীয়া মণ্ডলৰ উপসভাপতি দুল্লভ্ দাস আৰু কোষাধ্যক্ষ চজল দেয়ে মুকলি কৰে নিব্বাচনী কায্যালয় ৷ বিজেপি কমী জীৱন কুমীয়ে আতধৰাঁ নিব্বাচনী কায্যালয় মুকলি অনুষ্ঠানত প্ৰাক্তন পৌৰপতি দীপক সৰকাৰৰ লগতে দলীয় কায্যকতা সকল উপস্থিত থাকে ৷