Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
India
चोरी
बीजेपी
Uttar_pradesh
Gujarat
Accident
Congress
Modi
Delhi
Viral
पेट्रोल
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Pmmodi
Telangana
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana
No video available

বিহপুৰীয়া: আজি সন্ধিয়া ৭ বজাত বিহপুৰীয়াৰ বিধায়ক ড° অমিয় ভুঞাই বুথে বুথে আশীৰ্বাদ যাএাত অংশ লয় ৷

Bihpuria, Lakhimpur | Apr 6, 2024
আজি বিজেপিৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতিৰাখি দিনজোৰা কায্যসুচীৰে বিহপুৰীয়াত বুথে বুথে আশীৰ্বাদ যাএাত অংশগ্ৰহণ কৰে ৷ দিনতোত বিহপুৰীয়া নগৰৰ বিভিন্ন প্ৰান্তত দলীয় বুথৰ কমী সকলৰ লগত মতবিনিময় কৰাৰ লগতে সন্ধিয়া ৭ বজাত অন্তিমখন বুথৰ সভাত অংশগ্ৰহণ কৰে ৷
বিহপুৰীয়া: আজি সন্ধিয়া ৭ বজাত বিহপুৰীয়াৰ বিধায়ক ড° অমিয় ভুঞাই বুথে বুথে আশীৰ্বাদ যাএাত অংশ লয় ৷ - Bihpuria News