Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
India
चोरी
बीजेपी
Uttar_pradesh
Gujarat
Accident
Congress
Modi
Delhi
Viral
पेट्रोल
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Pmmodi
Telangana
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana
No video available

বিহপুৰীয়া: আজিৰ পৰা সন্তপুৰ চিচাপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ছাএ সমাৰোহ ৷ বিয়লি দুই বজাত স্মৃতি ৰোমন্থন অনুষ্ঠান ৷

Bihpuria, Lakhimpur | Mar 28, 2024
বিহপুৰীয়াৰ সন্তপুৰ চিচাপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাএ সমাৰোহ ৷ আজি পুৱা বৃক্ষ ৰোপন , পতাকা উত্তোলন , স্মৃতি তপণ , কায্যসুচী অনুষ্ঠিত হোৱাৰ পিছতেই দিনৰ দুই বজাৰ পৰা আৰম্ভ হয় প্ৰাক্তন ছাএ ছাএী সকলৰ স্মৃতি ৰোমন্থন অনুষ্ঠান ৷ বিদ্যালয়ৰ ন পুৰণি ছাএী সকলে পৰিৱেশন কৰা সমবেত সংগীতেৰে কায্যসুচী শুভাৰম্ভ কৰে ৷