বিহপুৰীয়া মৰণৈত ঠেঙাল কছাৰী জনগোষ্ঠীৰ তৰাচিৰা বিহু উদযাপন ৷ লখিমপুৰ জিলা ঠেঙাল কছাৰী সংগঠন, মহিলা সংগঠন, ছাত্ৰ সন্থাৰ উদ্যোগত আৰু মৰণৈ ঠেঙাল, পদুমণি ঠেঙাল আৰু মৰণৈ তৰুণ যুৱক সংঘৰ সহযোগত আৰম্ভ হৈছে এই তৰাচিৰা বিহু ৷ এক উলহ-মালহ পৰিৱেশত দিনজোৰা কাৰ্যসূচীৰে তৰাচিৰা বিহু উদযাপন কৰা হৈছে ৷