Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Police
Bihar
���िहार
���ीजेपी
���िधायक
Congress
Modi
Delhi
Viral
Crime
Odisha
Rajasthan
���मित_शाह
���िल्ली
Breakingnews
���हिला
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Cricket
���ेजस्वी_यादव
Uttarakhand
���ादी
No video available

বিহপুৰীয়া: বিহপুৰীয়াত উপস্থিত শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত, জ্যেষ্ঠ নাগৰিকৰ লগত মত বিনিময়

Bihpuria, Lakhimpur | Apr 2, 2024
আজি পুৱা ৯ বজাত বিহপুৰীয়াত উপস্থিত হয় ১১নং শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত। বিহপুৰীয়াৰ জ্যেষ্ঠ নাগৰিকৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰাৰ্থীজনে নাগৰিকসকলৰ লগত মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ অভাৱ-অভিযোগৰ বুজ লয়।
বিহপুৰীয়া: বিহপুৰীয়াত উপস্থিত শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত, জ্যেষ্ঠ নাগৰিকৰ লগত মত বিনিময় - Bihpuria News