বিহপুৰীয়া: বিহপুৰীয়াৰ পিঠাগুৰিত অনুষ্ঠিত হৈছে ভাওনা সমাৰোহ ৷ আজি পুৱা পতাকা উত্তোলনৰ পিছত ১২ বজাত মহিলাৰ থিয় নাম পৰিৱেশন ৷
Bihpuria, Lakhimpur | Mar 28, 2024
বিহপুৰীয়াৰ পিঠাগুৰিত আজিৰ পৰা লখিমপুৰ জিলা বৈদিক বৈষ্ণৱ মহাসভা আৰু ভাওনা শিল্পী সমাজৰ চতুৰ্দশ দ্বি-বাৰ্ষিক অধিবেশন আৰু...