Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Police
Bihar
���िहार
���ीजेपी
���िधायक
Congress
Modi
Delhi
Viral
Crime
Odisha
Rajasthan
���मित_शाह
���िल्ली
Breakingnews
���हिला
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Cricket
���ेजस्वी_यादव
Uttarakhand
���ादी
No video available

বিহপুৰীয়া: আজি বিহপুৰীয়াত দিনৰ ১ বজাত আমআদমী পাটীত যোগদান কৰিলে অদ্ধশতাধিক লোকে ৷

Bihpuria, Lakhimpur | Apr 6, 2024
সমাগত লোকসভা নিব্বাচন ৷ নিব্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকা সময়তে আজি দিনৰ ১ বজাত বিহপুৰীয়াত আমআদমী পাটীত আনুষ্ঠানিক ভাৱে যোগদান কৰে অদ্ধশতাধিক লোকে ৷ ১১ নং শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাথী ঝষিৰাজ কৌণ্ডিল্যৰ হৈ প্ৰচাৰ চলায় দলটোৱে ৷ তেনে সময়তে দলটোৰ প্ৰতি আকৃষ্ট হৈ অন্য দল ত্যাগ কৰি আমআদমী পাটীত যোগদান কৰা কায্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷
বিহপুৰীয়া: আজি বিহপুৰীয়াত দিনৰ ১ বজাত আমআদমী পাটীত যোগদান কৰিলে অদ্ধশতাধিক লোকে ৷ - Bihpuria News