Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Police
Bihar
���िहार
���ीजेपी
���िधायक
Congress
Modi
Delhi
Viral
Crime
Odisha
Rajasthan
���मित_शाह
���िल्ली
Breakingnews
���हिला
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Cricket
���ेजस्वी_यादव
Uttarakhand
���ादी
No video available

বিহপুৰীয়া: বিহপুৰীয়া সঃ চিঃ উঃ মাঃ বিঃ প্ৰাক্তন ছাএ সমাৰোহৰ আজি অন্তিম দিন ৷ ২ বজাৰ পৰা মুকলি সভাত উপস্থিত বহু বিশিষ্ট ব্যক্তি ৷

Bihpuria, Lakhimpur | Mar 29, 2024
বিহপুৰীয়া সন্তপুৰ চিচাপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাএ সমাৰোহ দুদিনীয়াকৈ অতি জলহ মালহেৰে অনুষ্ঠিত কৰা হয় ৷ আজি দ্বিতীয় দিনা পুৱা বিভিন্ন কায্যসুচী সম্পন্ন হোৱাৰ পিছত বিয়লি দুই বজাৰ পৰা আৰম্ভ হয় মুকলি সভা ৷ প্ৰাক্তন ছাএ সমাৰোহৰ সভাপতি বুলটন গগৈয়ে সভাপতিত্ব কৰা মুকলি সভাখন শুভ উদ্বোধন কৰে বিহপুৰীয়াৰ প্ৰাক্তন বিধায়ক দেবানন্দ হাজৰিকাই ৷ সভাত আন ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
বিহপুৰীয়া: বিহপুৰীয়া সঃ চিঃ উঃ মাঃ বিঃ প্ৰাক্তন ছাএ সমাৰোহৰ আজি অন্তিম দিন ৷ ২ বজাৰ পৰা মুকলি সভাত উপস্থিত বহু বিশিষ্ট ব্যক্তি ৷ - Bihpuria News