Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
India
चोरी
बीजेपी
Uttar_pradesh
Gujarat
Accident
Congress
Modi
Delhi
Viral
पेट्रोल
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Pmmodi
Telangana
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana
No video available

বিহপুৰীয়া: বিহপুৰীয়াত উপস্থিত শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা বিধায়ক ৰঞ্জিত দত্ত, বিশাল পদযাত্ৰাত অংশগ্ৰহণ

Bihpuria, Lakhimpur | Apr 1, 2024
আজি সন্ধিয়া বিহপুৰীয়াত উপস্থিত হয় শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত৷ পুৱাৰে পৰা বিহপুৰীয়া সমষ্টিৰ বিভিন্ন প্ৰান্তত কেইবাখনো দলীয় নিৰ্বাচনী সভাত অংশ লৈ সন্ধিয়া বিহপুৰীয়া নগৰত উপস্থিত হয়৷ বিহপুৰীয়া নগৰৰ বৰ নামঘৰত বন্তি জ্বলাই সেৱা লয় প্ৰাৰ্থীগৰাকীয়ে। লগতে শতাধিক দলীয় সমৰ্থকক লগত লৈ বিশাল পদযাত্ৰাত অংশলয় বিজেপি প্ৰাৰ্থীগৰাকীয়ে৷
বিহপুৰীয়া: বিহপুৰীয়াত উপস্থিত শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা বিধায়ক ৰঞ্জিত দত্ত, বিশাল পদযাত্ৰাত অংশগ্ৰহণ - Bihpuria News